নিউজ ডেস্ক:
নগাঁৱত পুনৰ গুলীবিদ্ধ হ'ল ড্ৰাগছ ব্যৱসায়ী ৷ গোপনসুত্ৰৰ পম খেদি মনিপুৰৰ ৰামায়া নামৰ
ড্ৰাগছ ব্যৱসায়ী জনক নগাওঁ আৰক্ষীয়ে কৰায়ত্ব কৰিছিল ৷ উদ্ধাৰ কৰিছিল প্ৰায় ২০ লাখ টকাৰ হেৰইন ৷ সোমবাৰে সন্ধিয়া মনিপুৰৰ ড্ৰাগছ ব্যবসায়ী জনে ড্ৰাগছ খিনি হস্তান্তৰ কৰাৰ কথা আছিল ৷ সেই মতে আৰক্ষীয়ে ৰামায়ক লগত লৈ নিদিষ্ট স্হানত খাপ পিতে ৷
উল্লেখ্য যে ,আন্ধাৰৰ সুবিধা লৈ ব্যৱসায়ী জনে আৰক্ষী লক্ষেশ্বৰ বৰাক বুকুত আঘাট কৰি দৌৰি পলাবলৈ চেষ্টা কৰে ৷ তেতিয়া আৰক্ষীয়ে ৰামায়ক গুলিবিদ্ধ কৰে ৷
- Log in to post comments
- 3 views