অসমত পুনৰ ৩২৪জন ক'ভিডত আক্ৰান্ত ৩জনৰ মৃত্যু

A


নিউজ ডেস্ক:

অসমত পুনৰ ৩২৪জনৰ দেহত পোৱা গৈছে কৰোণা ভাইৰাছ ।
ইয়াৰে ৮৮জন কামৰূপ মেট্ৰ’ৰ, ৫০জন বৰপেটাৰ, ১৮জন যোৰহাটৰ আৰু ১৭জন কামৰূপ গ্ৰাম্যৰ।
এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত ৬০৮৪৫০জনলৈ বৃদ্ধি পাইছে ।
আনহাতে , শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২১৯জন লোক।
এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬২১জন লোক, তাৰ বিপৰীতে ৩ জনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।


Your Comments