গহপুৰৰ দক্ষিনাঞ্চলৰ বিভিন্ন গাঁও প্লাৱিত কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে । শনিবাৰে বিয়লিৰ পৰা অভাৱনীয়ভাৱে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভয়ংকৰ বানৰ আশংকাত শংকিত হৈ পৰিছে নদী কাষৰীয়া বহু অঞ্চলৰ ৰাইজ ।
নীপকুৱে অৰুণাচলত হোৱা প্ৰৱল বৰষুণৰ বাবে পানী এৰি দিয়াৰ অভিযোগ আনিছে স্থানীয় ৰাইজে ।
- Log in to post comments
- 12 views