বহিঃৰাজ্যত ক'ৰনাত আক্রান্ত অসম কন্যা হিমা দাস

A

নিউজ ডেস্ক:

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ অন্যতম গৌৰৱ হিমা দাস ক'ৰনাত আক্রান্ত ।বহিঃৰাজ্যত অনুশীলনত ব্যস্ত থকা অসম কন্যা হিমাৰ দেহত ক'ৰনাৰ উপস্থিতি ধৰা পৰিছে।মঙলবাৰে ধিং এক্সপ্ৰেছ খ্যাত হিমাৰ দেহত ক'ৰনাৰ ভাইৰাছ ধৰা পৰে।

পাটিয়ালাত অনুশীলনত ব্যস্ত হৈ আছিল হিমা।আগন্তুক এছিয়ান গেমছ, কমনৱেলথ গেমছৰ লগতে পেৰিচ অলিম্পিকলৈ লক্ষ্য আগত ৰাখি পাটিয়ালাস্থিত ছাইটত আছিল ।
উল্লেখ্য যে  টকিঅ' অলিম্পিকলৈ যোগ্যতা অর্জনত ব্যৰ্থ হৈছিল দৌৰবিদ গৰাকী।

Your Comments