মেঘালয়ৰ কংথং গাঁৱক বিশ্ব পৰ্যটন সংস্হাৰ শ্ৰেষ্ঠ পৰ্যটন গাওঁ ৰূপে স্বীকৃতি প্ৰদান

A

 

নিউজ ডেস্ক:
অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কংথং হুইচলিং ভিলেইজক বিশ্ব পৰ্যটন সংস্হাই (UNWTO )  'শ্ৰেষ্ঠ পৰ্যটন গাওঁ' হিচাপে মনোনীত কৰে । মেঘালয়ৰ কংথং হুইচলিং গাওঁখনে দেশৰ আৰু দুখন গাঁৱৰ সতে শ্ৰেষ্ঠ পৰ্যটন গাওঁ হিচাপে স্বীকৃতি পাইছে বুলি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটযোগে প্ৰকাশ কৰে ।
গুৰুত্বপূৰ্ণ কথা এই যে , কংথঙত যেতিয়া সন্তান জন্ম পায় ,তেতিয়া সন্তানটিৰ মাতৃয়ে এটা সুৰ সৃষ্টি কৰে  আৰু সেই সুৰটিৰে ব্যক্তিজনৰ সমাজত এটা তাৎক্ষণিক  পৰিচিয় আহে।উল্লেখযোগ্য যে কংথঙৰ মানুহৰ জন্মৰ সময়ত দিয়া সেই বিশেষ সুৰটোৰেই পিছলৈ গাওঁখনৰ প্ৰতিজন ব্যক্তিৰ স্থায়ী নাম নিৰূপীত হয়।B

Your Comments

Related Articles