বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদাম

নটৰাজ

C

নিউজ ডেস্ক:
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদাম ৷ UNESCO-ৰ স্বীকৃতিৰ বাবে যাৱতীয় অৰ্হতা আছে চৰাইদেউ মৈদামৰ।
শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত ইউনেস্কৰ কাৰিকৰী অৰ্হতা অৰ্জন কৰা বুলি সদৰি কৰে ৷
শেহতীয়াকৈ  মুখ্যমন্ত্ৰী ড০  শৰ্মাই চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বাবে  কেন্দ্ৰীয় চৰকাৰ সহযোগত  ইউনেস্কলৈ ভাৰতৰ পৰা একমাত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ মনোনয়ন প্ৰেৰণ কৰে৷

Your Comments

Related Articles