প’ষ্ট ডক্টৰেল কৰি থাকিও টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা সাহসী ছোৱালীজনী

Anna kisenhofer

ভালকৈ পঢ়া-শুনা কৰি এটা চৰকাৰী চাকৰি কৰিবলৈ বহু যুৱক-যুৱতী তৎপৰ হোৱাৰ সময়তে আন্না কিচেনহ’ফাৰে টকিঅ’ অলিম্পিকত ৰোড চাইক্লিঙত সোণৰ পদকৰে চমক তুলিলে পৃথিৱী বাসীৰ চকুত ৷ 

উল্লেখ্য যে আন্না হৈছে গণিতৰ এগৰাকী প’ষ্ট ডক্টৰেল ফেল’ ৷ তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ সম্পূৰ্ণ কৰি কেটালনিয়া পলিটেকনিক বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷ এই ৩০বছৰীয়া সাহসী ছোৱালী জনী অষ্ট্ৰিয়াৰ বাসিন্দা ৷

Your Comments