গুৱাহাটীৰ দীঘলীপুখুৰীত অস্বাভাৱিকভাবে মাছৰ মৃত্যু

A

নিউজ ডেস্ক :
দীঘলীপুখুৰীত অস্বাভাৱিকভাবে  মাছৰ মৃত্যু।প্ৰকাণ্ড প্ৰকাণ্ড মাছৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে দেওবাৰে পুৱা। উল্লেখ্য যে , ২টা বছৰ পূর্বেও এইদৰে পুখুৰীটোত মৃত্যু হৈছিল মাছৰ।

গুৰুত্বপূৰ্ণ কথা গুৱাহাটী পৰ্যটনৰ অন্যতম কেন্দ্ৰ দীঘলীপুখুৰী যোৱা ৪বছৰে পানীৰ গুনাগুণ পৰীক্ষাৰ নকৰাৰো অভিযোগ উত্থাপন হৈছে ।

প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু পৰ্যটন বিভাগৰ গুৰুত্বৰ হেমাহিৰ বাবেই মস্যকুলৰ অস্বাভাৱিক মৃত্যু হোৱা  বুলি সন্দেহ কৰিছে সচেতন নাগৰিকে।

চাফ-চিকুণৰ অভাৱত পুখুৰীটোৰ পানীত কদৰ্যময় দুৰ্গন্ধও বিয়পি পৰিছে।

ইফালে সমগ্ৰ ঘটনা কিহৰ বাবে সংঘটিত হৈছে সেইয়া পৰীক্ষাৰ অন্তত পোহৰলৈ আহিব।B

Your Comments

Related Articles