বিশ্বজুৰি দ্ৰুত গতিত বৃদ্ধি পাইছে খাদ্যৰ মূল্য, উল্লেখ কৰিলে FAO ৰ ৰিপ’ৰ্টত

Price hike of food

ক’ৰ’না সংকটৰ সময়ত বিশ্বজুৰি দ্রুত গতিত বৃদ্ধি পাইছে খাদ্যৰ মূল্য। বিগত দহ বছৰত যি মূল্যবৃদ্ধি সর্বোচ্চ বুলি দাবী কৰিছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা FAO (Food and Agricultural Organisation) এ। বৃহস্পতিবাৰে এই তথ্যই সন্মুখলৈ আহিল। খাদ্যৰ মূল্য বৃদ্ধিৰ সূচক মে’ মাহত সর্বোচ্চ হৈছে। ১২৭.১ পইন্টত হৈছেগৈ । যি ক্ৰয়ৰ চলিত বছৰৰ এপ্রিল মাহৰ তুলনাত ৪.৮ শতাংশ বেছি আৰু যোৱা বছৰ মে’ মাহৰ তুলনাত ৩৯.৭ শতাংশ বৃদ্ধি পাইছে। 

FAO জানাচ্ছে, মূলত ভোজ্য তেল, চিনি ও দানাশস্যের দাম আন্তর্জাতিক স্তরে বৃদ্ধি পাওয়াতেই সামগ্রিকভাবে দাম বেড়েছে খাবারের। করোনা সঙ্কটে খাদ্যশস্যের উৎপাদনেও ভাটা পড়েছে। ফলবশত জোগান কম হচ্ছে। বিশেষত, ভোজ্য তেলের উপর এর প্রভাব প্রকট। আর যার জেরেই মহার্ঘ হচ্ছে খাবার। ভাটা পড়েছে গমের উৎপাদনেও। এদিকে, বিশ্বের বৃহত্তম চিনি উৎপাদক ব্রাজিলে করোনা সঙ্কটে ক্ষয়ক্ষতি হয়েছে চাষবাসে। চিনির রপ্তানি তাই বাধাপ্রাপ্ত হয়েছে।

আনহাতে ক’ৰ’না কালত ব্যাপকভাৱে বৃদ্ধি পাইছে প্রোটিনজাত খাদ্যৰ চাহিদা। এই ক্ষেত্রত সকলোতকৈ অধিক আমদানি বৃদ্ধি কৰিছে চীনে। উৎপাদনৰ মাত্রা সেই মতে বৃদ্ধি নোপোৱাত মূল্য বাঢ়িছে প্রোটিনজাত খাদ্যৰ। যদিও ইয়াৰ ভিতৰত মাখনৰ মূল্য হ্ৰাস পাইছে নিউজিলেণ্ডৰ ৰপ্তানি বৃদ্ধিৰ বাবে। সকলো মিলি অহা সময়চোৱাত যি খাদ্যশস্যৰ দাম বৃদ্ধি পাব সেয়াও খাদ্য আৰু কৃষি সংস্থাৰ এই পৰিসংখ্যাত স্পষ্ট। 

Your Comments