নেচনেল লিবাৰেচন ফ্ৰন্ট অৱ বড়োলেণ্ড চমুকৈ এনএলএফবিয়ে এপ্ৰিল মাহৰ ১ তাৰিখে অসম আৰু বড়োলেণ্ড বন্ধৰ ঘোষণা কৰিছে ৷
বৃহস্পতিবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কোকৰাঝাৰ ভ্ৰমণৰ বাবে এই বন্ধৰ ঘোষণা কৰিলে এনএলএফবি-য়ে।সকলোকে এই বন্ধ মানিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷
- Log in to post comments
- 45 views