
ইটালী আৰু পাকিস্তানৰ প্ৰত্নতাত্বিকসকলৰ যৌথ প্ৰচেষ্টাত চলোৱা খনন কাৰ্যত উত্তৰ-পশ্চিম পাকিস্তানৰ স্বাত প্ৰদেশৰ বাৰিকোট ঘুন্দাইত আৱিষ্কাৰ হ’ল ডেৰ হাজাৰ বছৰ পুৰণি বিষ্ণু মন্দিৰ ৷
অনুমান কৰা অনুসৰি এই মন্দিৰটো হিন্দু শ্বাহীৰ তেৰশ বছৰ আগৰ শাসন কালত নিৰ্মাণ কৰা হৈছিল।মন্দিৰটোৰ কাষতেই উদ্ধাৰ হৈছে এটা সেনাৰ চাউনী আৰু এটা পুখুৰীৰ অৱশিষ্ট।
- Log in to post comments
- 16 views