জামিন নাকচ,জেলতে থাকিব সাংবাদিক অৰ্ণৱ গোস্বামী

Arnab

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন আবেদন পুনৰ নাকচ আদালতৰ।বোম্বে উচ্চ ন্যায়ালয়ে কাৰাবন্দী সাংবাদিক গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰে।

উল্লেখ যে ১৮ নৱেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে জ্যেষ্ঠ সাংবাদিক গোস্বামীক।বৰ্তমান তালুজা কাৰাগাৰত ৰখা হৈছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকীক।

Your Comments