আজি ১১ বজাত লোকসভাত উত্থাপন কৰা হ'ব দ্বিতীয় মোডী চৰকাৰৰ প্ৰথমখন পূৰ্ণাঙ্গ বাজেট

Pic

দ্বিতীয় মোডী চৰকাৰৰ প্ৰথমখন পূৰ্ণাঙ্গ বাজেট শনিবাৰে দিনৰ ১১ বজাত লোকসভাত উত্থাপন কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে।ইয়াৰ পূৰ্বে ১০-১৫ বজাত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক আয়োজিত হ'ব,যি বাজেটখনত সন্মতি প্ৰদান কৰিব।দেশ বৰ্তমান আৰ্থিক মণ্ডাৱস্থাৰ মাজত থকা অৱস্থাত এই পূৰ্ণাঙ্গ বাজেট খনত মণ্ডাৱস্থাৰ পৰা ৰাষ্ট্ৰক উলিয়াই অনাৰ কেনে উপায় থাকিব,সেই দিশলৈ সকলোৰে দৃষ্টি থাকিব।

Your Comments