সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছত বহুকেইজন লোক আক্ৰান্ত হোৱাৰ লগতে কেইবাজনো লোকৰ মৃত্যু হৈছে ।
জানিব পৰামতে, চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ নাফুক দলৈবস্তিৰ মৃণাল বৰুৱা (৭০) নামৰ এগৰাকী ব্যক্তি এই ৰোগত আক্ৰান্ত হৈ বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ।
- Log in to post comments
- 3 views