যোগীঘোপাত পলিক্লিনিক উদ্বোধন

poly clinic_jogighopa

আজি বঙাইগাঁও জিলাৰ অভয়পুৰীৰ যোগীঘোপাত 'যোগীঘোপা পলিক্লিনিক আৰু তাৎকালীন সুৰক্ষা কেন্দ্ৰ' নামৰ এখন নাৰ্ছিং হোমৰ উদ্বোধন কৰা হয়। 

poly_clinic

উক্ত নাৰ্ছিং হোমখন উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি এম. এন. দাহাল দেৱে ফিতা কাটি উদ্ধোধন কৰে।উক্ত নাৰ্ছিং হোমখন ৰাইজৰ বাবে মুকলি হোৱাত অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে অঞ্চলটোৰ ৰোগী সকলে সততে সন্মুখীন হৈ অহা চিকিৎসাজনীত বহুতো সমস্যাৰ  সমাধান হ'ব বুলিও তেওঁলোকে আশা প্ৰকাশ কৰে।

Your Comments