গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
শনিবাৰে চেৰা বিহুৰ দিনা গোলাঘাট নগৰৰ সম্বন্বয় ক্ষেত্ৰত 'আন্তৰিক'ৰ উদ্যোগত অনুষ্ঠিত দ্বাদশ বাৰ্ষিক বৃহত্তৰ ৰঙালী বিহু সন্মিলনৰ সামৰণি পৰে।
জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ সাংস্কৃতিক শোভাযাত্ৰা আছিল এই বিহু সন্মিলনখনৰ কার্যসূচীৰ মূল আকৰ্ষণ। ইয়াৰ লগতে বিহুকেন্দ্ৰিক সৃষ্টিশীল নৃত্য প্ৰদৰ্শন,সৰু বিহুৱতী আদি প্ৰতিযোগিতাই গোলাঘাটবাসীক আপ্লুত কৰিছিল।
- Log in to post comments
- 12 views