কংগ্ৰেছৰ বিদেশ বিষয়ক দায়িত্ববাহী ছেম পিত্ৰ'দাই পাকিস্তানৰ বালাকোটত ভাৰতীয় বায়ু সেনাৰ আক্ৰমণত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা আৰু পুলৱামা আক্ৰমণক 'ৰুটিন' আখ্যা দিয়াক লৈ তীব্র প্ৰতিক্ৰিয়া প্রকাশ কৰিছে বিজেপি অধ্যক্ষ অমিত শ্বাহে।শ্বাহে কয়-ৰাহুল গান্ধীয়ে কওক যে তেওঁৰ বায়ুসেনাৰ ওপৰত সন্দেহ আছে নেকি?ছেম পিত্ৰ'দাৰ বক্তব্য সন্দৰ্ভত ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ দাবী জনায় অমিত শ্বাহে।ছহিদৰ তেজক লৈ ৰাহুল গান্ধীয়ে কিয় ৰাজনীতি কৰে বুলিও শ্বাহে প্ৰশ্ন কৰে।
- Log in to post comments
- 111 views
