ৰঙিয়াত পঞ্চায়ত নিৰ্বাচন আচৰণবিধি উলংঘাক লৈ উত্তপ্ত পৰিস্থিতি ।
মধ্য পাণ্ডুৰী গাঁও পঞ্চায়তৰ হাৰিয়ানডাব গাঁৱত উত্তেজনা ।
ৰাইজে আবদ্ধ কৰিলে অসম কৃষি বিশ্ববিদ্যালয়ৰ বলেৰ'সহ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াৰ দলক ।
কৃষকৰ মাজত সাৰ আৰু বীজ বিতৰণ কৰিবলৈ আহিছিল দলটো ।
এগৰাকী স্থানীয় বিজেপি নেতা জড়িত থকাৰ অভিযোগ ৰাইজৰ ।
প্ৰলোভনৰ ৰাজনীতি কৰা বুলি ৰাইজৰ সকীয়নি বিজেপিক ।
নিৰ্বাচনী বিধি উলংঘা কৰাৰ কথা স্বীকাৰ কৃষি বিষয়াৰ ।
- Log in to post comments
- 14 views