পৰেশ বৰুৱাই অসমীয়া জাতিৰ উত্তৰণৰ বাবে কাম কৰক- সেনা বিষয়া ৰাণা প্ৰতাপ কলিতা

A

নিউজ ডেস্ক:

গুৱাহাটীৰ সাতগাঁও সেনা চাউনিত ভাৰতীয় সেনা বাহিনী পূব মণ্ডলৰ সংবাদমেল।সংবাদমেল সম্বোধন ইষ্টাৰণ কামাণ্ডেন্ট ৰাণা প্ৰতাপ কলিতাৰ।ইণ্ডো-ম্যানমাৰ সীমান্তৰ পৰা আঁতৰোৱা নহয় আফছা।উত্তৰ-পূৱৰ জনতাই শান্তি ভাল পায়।ভাৰতীয় সেনাই জনতাক সহায় কৰিবলৈ ভাল পায়- কলিতাই কয়।

অসমৰ যুৱসমাজক যোগাত্মক চিন্তা কৰাৰ আহ্বান জনাই কলিতাই কয়-সমাজৰ উৎকৰ্ষতাৰ বাবে কাম কৰাৰ পূৰ্বে আলফাত যোগদান কৰা অধিকাংশ ক্ৰিমিনেল বেকগ্ৰাউণ্ডৰ।নৱচামে এইবোৰৰ পৰা সাহস পাব নালাগে।লগতে পৰেশ বৰুৱাকো তেওঁ আহ্বান কৰি কয় অসমীয়া জাতিৰ উত্তৰণৰ বাবে কাম কৰক ৷

Your Comments