পহিলা অক্টোবৰৰ পৰা ছেবাৰ বিশেষ মেট্ৰিক পৰীক্ষা, পঢ়ি লওঁক

নিউজ ডেস্ক :


ক'ৰনা মহামাৰীৰ বাবে মূল্যাংকন পদ্ধতিত  হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ হোৱা বা ফলাফলক লৈ সুখী নোহোৱা ছাত্ৰ-ছাত্ৰীলৈ ভাল খবৰ।ছেবাই অনুষ্ঠিত কৰিব বিশেষ মেট্ৰিক পৰীক্ষা।বিশেষ মেট্ৰিক পৰীক্ষাৰ বাবে আৱেদন কৰা ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা ১অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব।মঙলবাৰে ঘোষণা কৰা হয় পৰীক্ষাৰ সময়সূচী।ছয়টা বিষয়ত অনুষ্ঠিত হ'ব পৰীক্ষা।শিক্ষা বিভাগৰ পৰা প্ৰকাশিত সময়সূচী অনুসৰি ১১অক্টোবৰত শেষ হ'ব পৰীক্ষা।

Your Comments