স্বাধীনতা দিৱস উদ্‌যাপন

Independence day celebration

আজি ভাৰতবৰ্ষৰ ৭৫তম গৌৰৱোজ্বল স্বাধীনতা দিৱস ৷ সমগ্ৰ দেশতে উদযাপন কৰা হৈছে এই ৭৫ সংখ্যক স্বাধীনতা দিৱস। 

উল্লেখ্য যে, পূৰ্বৰ দৰেই লালকিল্লাত পুৱা ৭ঃ৩০ মিনিটৰ লগে লগে প্ৰধানমন্ত্ৰী নেৰন্দ্ৰ মোডীয়ে পতাকা উত্তোলন কৰাৰ লগতে দেশবাসীক সম্বোধন কৰিব। 

ইয়াৰ বিপৰীতে, অসম চৰকাৰে এই দিৱস উদ্‌যাপন কৰিব খানাপাৰা পশু চিকিতসা মহাবিদ্যালয়ৰ খেলপথাৰত ৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Your Comments