দিলীপ কুমাৰৰ মৃত্যুৰ বাবে কেন্দ্ৰীয় কেবিনেট বৈঠক বাতিল

Dilip Kumar

অভিনেতা দিলীপ কুমাৰৰ মৃত্যুৰ বাবে পুৱা ১১বজাত অনুষ্ঠিত হ’ব লগীয়া কেন্দ্ৰীয় কেবিনেট বৈঠক বাতিল কৰাৰ কথা  আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। ইয়াৰ লগতে বাতিল কৰা হৈছে মন্ত্ৰীসভাৰ বিশেষ বৈঠকো ৷

Cabinet meeting

উল্লেখ্য যে, কেবিনেট সম্প্ৰসাৰণ আৰু শপত গ্ৰহণ অনুষ্ঠান ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব ৫.৩০ বজাৰ পৰিবৰ্তে ৬বজাত। দিলীপ কুমাৰৰ শেষকৃত্য ৫বজাৰপৰা অনুষ্ঠিত হোৱাৰ বাবে সময়ৰ সাল-সলনি কৰা হ’ল ৷

Your Comments