কামৰূপ(ম) জিলাত শনিবাৰে 'ড্ৰাই ডে' ঘোষণা কৰা হৈছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱৰ বাবে জিলাখনত ঘোষণা কৰা হৈছে ড্ৰাই ডে।
উল্লেখ যে উক্ত সময়ছোৱাত জিলাখনত সুৰা ক্ৰয় আৰু বিক্ৰী সকলো বন্ধ থাকিব।
- Log in to post comments
- 10 views