ক'ৰ'নাৰ বিৰুদ্ধে যুঁজত ভাৰতে ক্ৰমান্বয়ে সফলতা লাভ কৰিবলৈ ধৰিছে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে যে দেশৰ ৮৫ খন জিলাত বিগত ১৪ দিনত ক'ৰ'না সংক্ৰমণৰ কোনো ঘটনা সংঘটিত হোৱা নাই।আনহাতে,দেশত ক'ৰ'না ৰোগীৰআৰোগ্য হোৱাৰ হাৰো বৃদ্ধি পাইছে।বৰ্তমান এই হাৰ ২৭.৭১ শতাংশ হৈছেগৈ।
- Log in to post comments
- 15 views