ক'ৰ'না ভাইৰাছত আক্রান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ৰ আইচিইউত।ক'ৰ'না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত যোৱা ২৭ মাৰ্চৰ পৰা মানুহৰ পৰা সংযোগ বিচ্ছিন্ন হৈ অকলশৰে আছিল জনছন।যোৱা ৫ মাৰ্চত তেওঁক ছেন্ট থমাছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।পিছত গ্ৰেট ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী গৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক চিকিৎসালয়খনৰ আইচিইউত ভৰ্তি কৰোৱা হয়।
- Log in to post comments
- 35 views