দিল্লীত হিংসাত্মক ঘটনাত আহত হোৱা যিসকল লোকৰ চিকিৎসা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চলি আছে,তেওঁলোকৰ চিকিৎসা ব্যয় আম আদমী পাৰ্টীৰ চৰকাৰে বহন কৰিব।লগতে,হিংসাত প্ৰাণ হেৰুৱা লোকসকলৰ পৰিয়ালক ১০ লাখ টকাকৈ সাহায্য প্ৰদান কৰিব।মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে এই ঘোষণা কৰে।
- Log in to post comments
- 15 views