জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ বীজবেহৰাত সুৰক্ষা বাহিনীয়ে নিধন কৰিলে দুটা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীক।শুকুৰবাৰে মাজনিশা হোৱা হোৱা সংঘৰ্ষত সুৰক্ষা বাহিনীয়ে নিধন কৰে লস্কৰ-ই-তৈবাৰ এই দুটা দুধৰ্ষ সদস্যক।
- Log in to post comments
- 10 views