দিল্লী পুলিচে বিহাৰৰ জাহানাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ ছাহিনবাগ প্ৰতিবাদৰ সূত্ৰধাৰ ছাৰ্জিল ইমামক।দেশৰ অখণ্ডতা বিৰোধী মন্তব্যৰ বাবে ছাৰ্জিলৰ ওপৰত দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছে।
- Log in to post comments
- 12 views