দিল্লীত বড়ো শান্তি চুক্তি স্বাক্ষৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।দুপৰীয়া ১-৩০ বজাত শান্তি চুক্তি স্বাক্ষৰ হ'ব।গৃহ মন্ত্ৰালয়ত পদাৰ্পণ কৰিছে এন ডি এফ বিৰ চাৰি ওটা গোটৰ নেতা।প্ৰৱেশ কৰিছে এবছু নেতা প্ৰমোদ বড়ো।প্ৰৱেশ কৰিছে সাংসদ বিশ্বজিৎ দৈমাৰী।প্ৰমোদ বড়োয়ে শান্তি চুক্তিত স্বাক্ষৰ কৰিব।উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
- Log in to post comments
- 14 views