ক্ৰমাগতভাৱে অষ্টম বছৰৰ বাবে সবাতোকৈ ধনী ভাৰতীয় হিচাপে স্বীকৃত হ'ল ৰিলায়েন্স ইণ্ডাছট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী।আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৩,৮০,৭০০ কোটি টকা।'আইআইএফএল ৱেল্থ হুৰুণ ইণ্ডিয়া'ৰ সদ্য-প্ৰকাশিত তালিকাত আম্বানীয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰিছে লণ্ডনস্থিত এছ পি হিন্দুজা আৰু তেওঁৰ পৰিয়ালে।তৃতীয় স্থানত আছে ৱিপ্ৰ' কোম্পানীৰ আজীম প্ৰেমজী।
- Log in to post comments
- 32 views