সততে কংগ্ৰেছ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে যদিও এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পক্ষত কথা কোৱাটোৱে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমৰ্থনত বক্তব্য প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে।থাৰুৰে বক্তব্য প্ৰকাশ কৰে যে যেতিয়া প্ৰধানমন্ত্ৰী মোডী বিদেশ যাত্ৰালৈ যায়,বিদেশত তেওঁ সন্মান পাব লাগে।কাৰণ তেওঁ বিদেশত ভাৰতৰ প্ৰতিনিধিত্ব কৰে।কিন্তু, দেশত প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰাৰ অধিকাৰ মানুহৰ আছে।
- Log in to post comments
- 13 views