অহা ২ অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপনত এবাৰেই ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ব্যৱহাৰ দেশত নিষিদ্ধ কৰাৰ দৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।উল্লেখ্য যে ২০১৪ চনৰ ২ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণি কৰিছিল।এই অভিযানে যথেষ্ট সফলতা লাভ কৰি বৰ্তমান জন-আন্দোলনৰ ৰূপ লৈছে।
- Log in to post comments
- 18 views