শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে আৰ্থিক মন্দাৱস্থা প্ৰতিহত কৰাৰ বাবে উদ্যোগ খণ্ডৰ সৈতে সম্পৰ্কিত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰাৰ পিছত শ্বেয়াৰ বজাৰত ব্যাপক উৎসাহ পৰিলক্ষিত হয়।বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৰ্প'ৰেট কৰ হ্ৰাস কৰাৰ বিষয়ে ঘোষণা কৰাৰ পিছত শুকুৰবাৰে মুম্বাইৰ ছেনচেক্স প্ৰায় ১৯০০ পইণ্ট উৰ্ধমুখী হয়।
- Log in to post comments
- 8 views