আৰ্থিক মণ্ডাৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ বিত্তমন্ত্ৰীৰ নতুন পদক্ষেপৰ ঘোষণা

Nirmala

দেশত উৎপন্ন হোৱা আৰ্থিক মণ্ডাৱস্থাৰ  সৈতে মোকাবিলা কৰিবলৈ শুকুৰবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও পদক্ষেপৰ ঘোষণা কৰে।বিত্তমন্ত্ৰীয়ে কৰ্প'ৰেট কৰ হ্রাস কৰাৰ কথা ঘোষণা কৰে।লগতে,কোম্পানীসমূহে আন কৰ দিব নালাগে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।আনহাতে,বিত্ত মন্ত্ৰণালয়ে কোম্পানীসমূহে পুঁজি গ্রহণ কৰাৰ ক্ষেত্ৰত থকা ছাৰচার্জো সমাপ্ত কৰি দিছে,যি পদক্ষেপে ভাৰতীয় নিৰ্মাণ কোম্পানীসমূহক সকাহ দিব।

Your Comments