হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন সমাগত।এই নিৰ্বাচনত যিসকল ব্যক্তিয়ে কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰে,তেওঁলোকৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা ঘোষণা কৰা হৈছে।এই সন্দৰ্ভত হাৰিয়ানা কংগ্ৰেছৰ অধ্যক্ষ কুমাৰী শ্বেলজাই টুইট কৰি এখন জাননী জাৰি কৰিছে।এই জাননীত কোৱা হৈছে যে যিসকল লোকে সুৰাপান নকৰে আৰু খাদী বস্ত্ৰ পৰিধান কৰে,তেওঁলোককহে বিধানসভাৰ নিৰ্বাচনৰ কংগ্ৰেছৰ টিকট দিয়া হ'ব।
- Log in to post comments
- 17 views