এতিয়া কঠোৰ যান-বাহন আইন:দিল্লীত ট্ৰাক চালকে জৰিমনা ভৰিলে ২ লাখ ৫০০ টকাৰ

truck

৫-১০ হাজাৰ অথবা ১ লাখো নহয়,নতুন যান-বাহন আইনৰ অন্তৰ্গত এজন ট্ৰাক চালকে জৰিমনা ভৰিলে ২ লাখ ৫০০ টকাৰ।২৫ টনৰ অনুমতি থকাৰ সময়ত ৪৩ টন ওজনৰ সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দিল্লীত হাৰিয়ানাৰ ৰামকিষণ নামৰ এজন ট্ৰাক চালকে উক্ত বিশাল পৰিমানৰ ধনৰ জৰিমনা ভৰিব লগা হয়।দিল্লীৰ পৰিবহণ বিভাগে চালান কাটি আদায় লোৱা উক্ত পৰিমাণৰ জৰিমনাৰ ধন নতুন যান-বাহন আইন বলৱৎ হোৱাৰ পিছত বৰ্তমানলৈকে সৰ্বাধিক জৰিমনা  হিচাপে চিহ্নিত হৈছে।

Your Comments