বিত্তীয় কেলেংকাৰিৰ অভিযোগ:পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ ভাতৃৰ বিৰুদ্ধে এইবাৰ আন্ত:ৰাষ্ট্ৰীয় গ্ৰেপ্তাৰী পাৰোৱানা জাৰি

nehal

১৪ হাজাৰ কোটি টকাৰ পঞ্জাব নেচনেল বেংক কেলেংকাৰিৰ মুখ্য অভিযুক্ত পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডী কনিষ্ঠ ভাতৃ নেহল মোডী(৪০)ৰ বিৰুদ্ধে ইন্টাৰপ'লে ৰেড কৰ্ণাৰ জাননী জাৰি কৰিছে।বেলজিয়ামৰ নাগৰিক নেহল মোডীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ সংক্ৰান্ততে ৰেড কৰ্ণাৰ জাননী অথবা আন্ত:ৰাষ্ট্ৰীয় গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে ইন্টাৰপ'লে।

Your Comments