অট'মোবাইল খণ্ডৰ মন্দাৱস্থা দূৰ কৰাৰ প্ৰয়াস: বাহন ক্ৰয়ৰ ক্ষেত্ৰত হ্ৰাস কৰা হ'ব পাৰে জিএছটি

autombl

নিউজ ডেস্ক:

সম্প্ৰতি মন্দাৱস্থাৰ লগত যুঁজি থকা অট'মোবাইল খণ্ডক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত থকা জিএছটি হ্ৰাস কৰিব পাৰে। কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অৰুণ মেঘৱালে এই কথা ঘোষণা কৰিছে। বাহন ক্ৰয়ৰ ক্ষেত্ৰত ২৮ শতাংশ জিএছটি শ্লেবৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হ'ব পাৰে।

Your Comments