এন‌আৰচিৰ‌ চূড়ান্ত তালিকাত নাম নাই কাটিগড়া সমষ্টিৰ প্ৰাক্তন বিধায়কৰ 

majar

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী

এন‌আৰচিৰ‌  পূৰ্ণাংগ তালিকাতো নাম নাহিল প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান ‌মাঝাৰভূঞাৰ। মাঝাৰভূঞা আছিল কাছাৰৰ কাটিগড়া সমষ্টিৰ দুবাৰৰ‌ নিৰ্বাচিত বিধায়ক।

Your Comments