উপ-ৰাষ্ট্রপতি ভেংকেয়া নাইডুৱে পাকিস্তান অধিকৃত কাশ্মীৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।নাইডুৱে কৈছে যে এতিয়া পাকিস্তানৰ সৈতে কেৱল পাকিস্তান অধিকৃত কাশ্মীৰ বিষয়ত আলোচনা কৰা হ'ব।তেওঁ লগতে কয় যে কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ।আমি যুদ্ধ নিবিচাৰোঁ।আমি শান্তিপ্রিয় ৰাষ্ট্ৰ।বিশাখাপত্তনত বিজ্ঞান আৰু ঔদ্যোগিক প্ৰয়োগশালাৰ স্বৰ্ণজয়ন্তী সমাৰোহত ভাষণ প্ৰদান কৰি এইদৰে কয় উপ-ৰাষ্ট্ৰপতিয়ে।
- Log in to post comments
- 21 views