কাশ্মীৰ বিষয়ত নৰেন্দ্ৰ মোডী চৰকাৰৰ সৈতে ৰাহুল গান্ধী

modi-rahul

কাশ্মীৰ বিষয়ত নৰেন্দ্ৰ মোডী চৰকাৰৰ স্থিতিক সমৰ্থন জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।এটা টুইটত তেওঁ উল্লেখ কৰিছে-'মই কেইবাটাও বিষয়ত চৰকাৰৰ স্থিতিত সন্মত নহয়।কিন্তু এটা কথা স্পষ্ট কৰি দিওঁ যে কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়।ইয়াত পাকিস্তান বা অন্য কোনো দেশক হস্তক্ষেপ কৰিবলৈ দিয়া নহ'ব।'দেশৰ স্বাৰ্থক আগস্থান দিয়েই ৰাহুল গান্ধী এতিয়া কাশ্মীৰ বিষয়ত মোডী চৰকাৰৰ সৈতে ঠিয় হৈছে।

Your Comments