ওদালগুৰিত স্বাধীনতা দিৱসত অঘটন : ওলোটাকৈ উৰিল ৰাষ্ট্ৰীয় পতাকা

odalguri

ওদালগুৰি পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন :

দেশৰ  তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ জিলাতো স্বাধীনতা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে। পতাকা উত্তোলন কৰিলে ঠিকে কিন্তু ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন হ'ল ওলোটাকৈ।

odalguri2 পতাকাখন উত্তোলন হোৱাৰ লগে লগে পৰম্পৰাগতভাবে ৰাষ্ট্ৰীয় সংগীতো পৰিবেশন কৰে। তাৰ পাছতেই হঠাৎ পতাকা খনৰ ওপৰত চকু পৰাত তাৎক্ষণিকভাবেই উত্তোলন কৰা হয় আন এখন পতাকা পতাকা।                               

Your Comments