স্বাধীনতা দিৱস উপলক্ষে এবিভিপিৰ চাইকেল ৰেলী

rally

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰভাগ শাখাই আজি বৰভাগৰ বিভিন্ন অঞ্চলৰ মাজেৰে ত্ৰিৰংগা পতাকা লৈ চাইকেল ৰেলী উলিওৱাৰ লগতে ৰাখী বন্ধন উপলক্ষে দেশৰ সেনাসকলক ৰাখি পিন্ধোৱা কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানটো উদ্ধোধন কৰে বৰভাগ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰঞ্জন বৈশ্যই আৰু নেতৃত্ব দিয়ে বৰভাগ শাখাৰ সম্পাদক দিপাংকৰ ডেকাই।

Your Comments