ওদালগুৰিৰ পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন :
ওদালগুৰি জিলা কোঁচ-ৰাজবংশী ছাত্ৰ সংস্থাৰ জিলা সমিতিৰ কাৰ্যালয়ত আজি এখন সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেল খনত আক্ৰাছুৰ ভিতৰত চলি থকা বিভিন্ন খাম-খেয়ালীৰ ওপৰত মন্তব্য আগবঢ়ায় আক্ৰাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভৱেন ৰাজবংশীয়ে।তেওঁ কয় যে আক্ৰাছু কোনো কাৰণতে বিভাজিত নহয় আৰু কোনো অপশক্তিয়ে যদি বিভাজন কৰাৰ প্ৰচেষ্টা চলাই তেন্তে ইয়াৰ পৰিনাম কোঁচ-ৰাজবংশী ৰাইজৰ পৰা পাবলৈ সাজু হৈ থাকিবলৈ নেতা গৰাকীয়ে সকিয়াই দিয়ে।
- Log in to post comments
- 16 views