অসমৰ কংগ্ৰেছত খহনীয়া?এইবাৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়ে যোগ দিব পাৰে বিজেপিত

roy

অসমৰ কংগ্ৰেছত খহনীয়া আৰম্ভ হৈছে নেকি?ভুৱনেশ্বৰ কলিতাৰ পিছত এইবাৰ বিজেপিত যোগ দিব পাৰে বৰাকৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা,প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে।গৌতম ৰয়ে ইতিমধ্যে সভাপতি ৰিপুণ বৰালৈ কংগ্ৰেছ দল ত্যাগ কৰাৰ সন্দৰ্ভৰ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখ্য যে ৰয়ক দলবিৰোধী কামৰ বাবে কংগ্ৰেছে কিছুদিন পূৰ্বে নিলম্বিত কৰিছিল।

Your Comments