২০২০ বৰ্ষৰ বৰদিনত মুক্তি অক্ষয় কুমাৰৰ 'ভীৰম' আৰু আমিৰ খানৰ 'লাল সিং চড্ডা'ৰ

aksay

দুখন ছবিৰ বাবে দেশ-বিদেশৰ ছবিপ্ৰেমীয়ে অধীৰভাৱে অপেক্ষা কৰিছে।সেই দুখন ছবি হৈছে অক্ষয় কুমাৰৰ 'বচ্চন পাণ্ডে' আৰু আমিৰ খানৰ 'লাল সিং চড্ডা'।'বচ্চন পাণ্ডে' হৈছে দক্ষিণ ভাৰতৰ ছুপাৰহিট ছবি 'ভীৰম'ৰ ৰিমেক।আনহাতে, 'লাল সিং চড্ডা'হৈছে হলীউডৰ ছুপাৰহিট ছবি 'ফৰেষ্ট গাম্প'ৰ ৰিমেক।২০২০ বৰ্ষৰ বৰদিনত এই দুয়োখন ছবিয়ে মুক্তিলাভ কৰিব।


২০২০ বৰ্ষৰ বৰদিনত দুয়োখন ছবিৰ 'তক্কৰ' হোৱাক লৈ ইফালে অক্ষয় কুমাৰে নিজৰ মত পোষণ কৰিছে।অক্ষয়ে কয়-'দুখন বিগ বাজেটৰ ছবিয়ে একেলগে মুক্তি লাভ কৰাটো সকলোৱে আনন্দহে পাব লাগে।'

Your Comments