কামপুৰৰ পৰা জোনটি মাগৰ বৰদলৈৰ প্রতিবেদন :
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নগাঁও জিলা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ বৃহস্পতি বাৰে সামৰণি পৰে। শিবিৰটোৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজুটি গগৈ ডাঙৰীয়া দেৱে । ছাত্ৰ নেতা গগৈয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জনাই অনুষ্ঠানটোৰ সামৰণি ঘোষণা কৰে।
- Log in to post comments
- 15 views