মহাৰাষ্ট্ৰৰ পৰাও আহিছে কংগ্ৰেছলৈ বেয়া খবৰ।লগতে বেয়া খবৰ সহযোগী দল এনচিপিলৈও।চলিত বর্ষতে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া মহাৰাষ্ট্ৰৰ এজন কংগ্ৰেছ বিধায়ক আৰু তিনিজন এনচিপি বিধায়কে পদত্যাগ কৰিছে।শীঘ্ৰে তেওঁলোকে বিজেপিত যোগ দিব বুলি চৰ্চা চলিছে।
- Log in to post comments
- 20 views