সাংবাদিক মলিন শৰ্মাৰ মৃত্যুৰ তদন্ত আৰু ক্ষতিপূৰণৰ দাবীত মঙ্গলবাৰে শিলচৰ বন্ধ ঘোষণা

barak

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :

শিলচৰৰ ফটো সাংৱাদিক মলিন শৰ্মাৰ অকাল মৃত্যুৰ উচিত তদন্ত আৰু এক সপ্তাহৰ ভিতৰত ক্ষতিপূৰণৰ দাবীত তেওঁৰ সতীৰ্থ সাংবাদিক তথা বন্ধু সকলৰ লগতে বিভিন্ন সংগঠনৰ আহ্বানত  মঙলবাৰে বৰাকৰ শিলচৰ  চহৰ বন্ধ ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে।এই বন্ধ মঙলবাৰে ৰাতিপুৱাৰ পৰা আবেলি পাঁচটা বজালৈকে বাহাল থাকিব। আজি সংবাদ মাধ্যমক এই কথা জানিবলৈ দিছে শিলচৰৰ বহু কেইটা সামাজিক সংগঠনে।

Your Comments