ভাৰতত মুক্তিৰ প্ৰথম দিনা 'লায়ন কিং'-ৰ সন্তোষজনক উপাৰ্জন:ছিম্বাৰ চৰিত্ৰত শ্বাহৰূখৰ পুত্ৰ আৰ্য়ানৰ কণ্ঠদান

lion

শুকুৰবাৰে মুক্তি লাভৰ দিনাই ডিজনীৰ 'লায়ন কিং'-এ ভাৰতৰ চিত্ৰগৃহত সন্তোষজনক ১০ কোটি টকা উপাৰ্জন কৰে।ছবিখন উন্নত মানৰ আৰু মনোৰঞ্জক হিচাপে সমালোচক আৰু দৰ্শকে মন্তব্য কৰিছে।'লায়ন কিং'-ত মুফাছা নামৰ সিংহটোৰ চৰিত্ৰত কণ্ঠ দিছে ছুপাৰষ্টাৰ শ্বাহৰূখ খানে।

 

আনহাতে,মুফাছাৰ পুত্ৰ ছিম্বাৰ চৰিত্ৰত কণ্ঠদান কৰিছে শ্বাহৰূখৰ পুত্ৰ আৰ্য়ান খানে।বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব বুলি চৰ্চা চলোৱা আৰ্য়ানৰ কণ্ঠ শুনিবলৈ দৰ্শক যথেষ্ট আগ্ৰহী হৈ পৰিছে।

Your Comments